ডিজিটেল ডেস্কঃ ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জী আৰু নাই৷ দীৰ্ঘদিন ধৰি দিল্লীস্থিত সেনাৰ আৰএনআৰ হস্পিতালত চিকিৎসাধীন প্ৰণৱ মুখাৰ্জী সোমবাৰে আবেলি মৃত্যুহোৱা বুলি ঘোষণা কৰে৷