March 29, 2023, 12:14 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

প্ৰাক্তন লোকসভাৰ অধ্যক্ষ পি এ চাংমাক ৭৩ সংখ্যাক জন্মদিনত স্মৰণ, তুৰাত সমবেত শুভকাংক্ষী

Reporter Name
  • Update Time : Tuesday, September 1, 2020
  • 113 Time View

গুৱাহাটীঃ উত্তৰ-পূৰ্বাঞ্চলৰ দিগ্বজ নেতা প্ৰাক্তন লোকসভাৰ অধ্যক্ষ প্ৰয়াত পি এ চাংমাৰ আজি ৭৩ সংখ্যাক জন্ম দিন৷ ১৯৪৭ চনৰ ১ চেপ্তেম্বৰত জন্মগ্ৰহণ কৰা চাংমাই ২০১৬ চনৰ ৪ মাৰ্চত দিল্লীত মৃত্যুবৰণ কৰিছিল৷ দেশৰ বিভিন্ন নেতাই উত্তৰ-পূৰ্বাঞ্চলৰ নেতাগৰাকীক স্মৰণ কৰি টুইট কৰিছে৷ পুত্ৰ তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টুইট কৰি পিতৃক স্মৰণ কৰে৷

আনহাতে পি এ চাংমাৰ পৰিয়াল আৰু শুভকাংক্ষীয়ে ৭৩ সংখ্যক ওপজা দিনত স্মৰণ কৰি তুৰাত সমবেত হয়৷ আনহাতে জন্মস্থান তুৰাৰ পি এ চাংমা ষ্টেডিয়ামত স্থাপন কৰা আৱক্ষ প্ৰতিমূৰ্তিৰ তলত সমবেত হয় বহু লোক৷ আৱক্ষ মূৰ্তিৰ তলত সমবেত লোকসকলে পি এ চাংমাক স্মৰণ কৰি আত্মাৰ সদ্গতি কামনা কামনাৰে প্ৰাৰ্থনা জনায়৷

একালত ভাৰতীয় ৰাজনীতিত দপদপাই থকা পি এ চাংমাই ১৯৯৬-৯৮ চনলৈ লোকসভাৰ অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷ ১৯৯৮-৯০ চনলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে৷ ২০১২ চনক তেওঁ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হৈছিল যদিও প্ৰণৱ মুখাৰ্জীৰ হাতত পৰাজয়বৰণ কৰিছিল৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে