প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১১-১২ মাৰ্চত গুজৰাট ভ্ৰমণ কৰিব
গুজৰাট পঞ্চায়ত মহাসন্মিলন সম্বোধন কৰিব নৰেন্দ্ৰ মোদীয়ে
ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ ভৱন দেশবাসীক উচৰ্গা কৰিব
ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন ভাষণ প্ৰদান কৰিব
প্ৰধানমন্ত্ৰীয়ে একাদশ খেল মহাকুম্ভ মুকলি ঘোষণা কৰিব