May 25, 2022, 12:56 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি গোৱৰ্ধনা আৰক্ষী থানা এলেকাত অঘটনঃ মেচিনত সোমাই ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু শ্ৰীনগৰত আৰক্ষী জোৱান মালিক চাহিব সৌৰা আনচাৰক গুলীয়াই হত্যা, ৭ বছৰীয়া কন্যা আহত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ কামপুৰত পুনৰ বানত উটি গৈ শিশুৰ মৃত্যু তামিলনাডুত বিজেপি নেতাক গুলীয়াই হত্যা মৃত্যু আহে সংগোপনে, মঙলবাৰৰ পুৱাৰ দৌৰেই হৈ পৰিল শেষবাৰৰ দৌৰ… কোকৰাঝাৰত পুনৰাই নাৱালিকাক ধৰ্ষণঃ তিনি পাষণ্ড আফুৰউদ্দিন, মুস্তাফা, ছামেজউদ্দিন গ্ৰেপ্তাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মন ৰেকিবুদ্দিন আহমেদ, বসন্ত দাসৰ বিৰোধী একত্ৰিত হ’লে দখল কৰিব পাৰিব ৰাষ্ট্ৰপতিৰ আসনঃ নাড্ডাৰ ঘৰত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী-সমাজসেৱক থানেশ্বৰ বৰাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

পৌৰ নিগমৰ নিৰ্বাচনত ব্যাপক হিংসাঃ ১২ ঘণ্টীয়া পশ্চিমবংগ বন্ধৰ আহ্বান বিজেপিৰ

Reporter Name
  • Update Time : Sunday, February 27, 2022
  • 50 Time View

পশ্চিমবংগ বিজেপিয়ে কাইলৈ ১২ ঘণ্টীয়া পশ্চিমবংগ বন্ধৰ আহ্বান জনাইছে। আজি পৌৰ নিগমৰ নিৰ্বাচনত মহিলাসকলক অসদাচৰণ ব্যৱহাৰ কৰা, বিভিন্ন স্থানৰ বুথত শ শ লোক প্ৰৱেশ কৰি লুট-পাত কৰা, ইভিএমৰ ক্ষতি কৰা, বোমা নিক্ষেপ, প্ৰাৰ্থীৰ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি পশ্চিমবংগ বিজেপিৰ মুৰব্বী সুকান্ত মজুমদাৰেো বন্ধ ঘোষণা কৰে৷ গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ আনি বন্ধ ঘোষণা কৰিছে বিজেপিয়ে৷ ভাৰতীয় জনতা পাৰ্টীয়ে সোমবাৰে পশ্চিম বংগত বন্ধৰ আহ্বান জনাই৷ কিয়নো দেওবাৰে ১০৮ পৌৰসভাৰ ভোটদানত বিভিন্ন প্ৰান্তত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। বিৰোধীৰ মতে, দক্ষিণ ২৪ পৰগণাৰ উত্তৰ ২৪ পৰগণা, উত্তৰ ২৪ পৰগণা, বীৰভূম, ৰাজপুৰ, সোণাৰপুৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ লগতে সাংবাদিকসকলকো কিছুমান ঠাইত আক্ৰমণ কৰা হৈছে। অৱশ্যে, ডিজি মনোজ মালৱীয়ই কয় যে নিৰ্বাচন শান্তি পূৰ্ণভাৱে পাৰ হৈছে। কোনো ঠাইতে গুলীৰ আঘাতৰ খবৰ পোৱা হোৱা নাই। বন্ধৰ বাবে স্বাভাৱিক জীৱন বাধাগ্ৰস্ত হ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কংগ্ৰেছৰ ৰাজ্যিক সভাপতি অধীৰ চৌধুৰীয়ে কয় যে বংগত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছে৷ যিকোনো লোকে বন্ধৰ আহ্বান জনাব পাৰে। এই বন্ধৰ আহ্বান বিজেপিয়ে কৰিছে। যদি আমাৰ শক্তি থাকিলহেঁতেন তেন্তে আমি বন্ধৰ আহ্বান জনাইলোহেঁতেন। দক্ষিণ ২৪ পৰগণাৰ জয়নগৰত কংগ্ৰেছে গুলীচালনাৰ অভিযোগ উত্থাপন কৰে আৰু ঘটনাটোৰ এটা ভিডিঅ’ মুকলি কৰে। প্ৰশাসনে এই দাবী খণ্ডন কৰিছে। উত্তৰ ২৪ পৰগণাৰ কামৰহাটীত বিৰোধীয়ে অসদাচৰণ আৰু আনকি গাড়ী ভাংচুৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তৃণমূল কংগ্ৰেছে ইয়াক অস্বীকাৰ কৰিছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে