হঠাতে পুনৰ সক্ৰিয় হৈ পৰিছে বিৰোধী ইউডিএফ-কংগ্ৰেছ
এদিন পূৰ্বে সম্পৰ্ক ছিন্ন কৰিলেও আজি তৎপৰ ইউডিএফ-কংগ্ৰেছ
ৰাজ্যসভাৰ নিৰ্বাচনকৈ লৈ হঠাতে ইউডিএফৰ বিশেষ নিৰ্দেশনা
ভোটিঙত সকলো বিধায়কে সময়মতে উপস্থিত থাকিব লাগিব
পূৰ্বে নিয়োগ কৰা নজৰুল হকেই হ’ব ইউডিএফৰ পুলিং এজেণ্ট
ইপিনে থ্ৰীলাইন হুইপ জাৰি কৰিলে প্ৰধান বিৰোধী কংগ্ৰেছ দলে
অসম প্ৰদেশ কংগ্ৰেছ আজি জাৰি কৰিছে কঠোৰ নিৰ্দশনা
কংগ্ৰেছেৰ সকলো বিধায়কে সময়মতে আহি দিব লাগিব ভোট
দুয়োটা দলে এজেণ্টক দেখুৱাব লাগিব ভোটদান কৰা বেলট
কংগ্ৰেছৰ সকলো বিধায়কে ভোট দিয়াটো বাধ্যতামূলক কৰা হৈছে
সৰ্বভাৰতীয় কংগ্ৰেছৰ সম্পাদক পৃথ্বিৰাজ সাধে কংগ্ৰেছৰ এজেণ্ট
কাইলৈ পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচনৰ ভোট