May 25, 2022, 12:55 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি গোৱৰ্ধনা আৰক্ষী থানা এলেকাত অঘটনঃ মেচিনত সোমাই ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু শ্ৰীনগৰত আৰক্ষী জোৱান মালিক চাহিব সৌৰা আনচাৰক গুলীয়াই হত্যা, ৭ বছৰীয়া কন্যা আহত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ কামপুৰত পুনৰ বানত উটি গৈ শিশুৰ মৃত্যু তামিলনাডুত বিজেপি নেতাক গুলীয়াই হত্যা মৃত্যু আহে সংগোপনে, মঙলবাৰৰ পুৱাৰ দৌৰেই হৈ পৰিল শেষবাৰৰ দৌৰ… কোকৰাঝাৰত পুনৰাই নাৱালিকাক ধৰ্ষণঃ তিনি পাষণ্ড আফুৰউদ্দিন, মুস্তাফা, ছামেজউদ্দিন গ্ৰেপ্তাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মন ৰেকিবুদ্দিন আহমেদ, বসন্ত দাসৰ বিৰোধী একত্ৰিত হ’লে দখল কৰিব পাৰিব ৰাষ্ট্ৰপতিৰ আসনঃ নাড্ডাৰ ঘৰত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী-সমাজসেৱক থানেশ্বৰ বৰাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

পাঠশালাৰ শিক্ষানুষ্ঠানত ‘গংগা’ৰ প্ৰচাৰ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ

Reporter Name
  • Update Time : Thursday, April 21, 2022
  • 24 Time View

বজালী পৰা কৈলাস চৌধুৰীঃ কোভিড অতিমাৰীৰ দুৰ্দিনৰ পিছতেই মুক্তি লাভ কৰিব এখন অসমীয়া ছবি৷ মনি সিনহা পৰিচালিত ছবি ‘গংগা’ই ৰাজ্যত মুক্তি লাভ কৰিব অহা ৬ মে’ত৷ ‘গংগা’ ছবিৰ সম্পূৰ্ণ দলটোৱে প্ৰচাৰৰ বাবে বৃহস্পতিবাৰে উপস্থিত হয় পাঠশালাৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমিত৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, অভিনেতা যোগেশ কাশ্যপ, সঞ্জীৱ শৰ্মা আৰু দুই শিশু শিল্পী সৃষ্টি আৰু অভিলাষা, কণ্ঠশিল্পী অজয় ফুকন, নাট্যকাৰ অভিজিৎ বৰ্মন আৰু ছবিখনৰ পৰিচালক মনি সিনহা উপস্থিত থাকি শিক্ষানুষ্ঠানত ছবিখনৰ প্ৰচাৰ চলাই৷ ছবিখন ছবিগৃহত গৈ সকলোকে চাবলৈ আহ্বান জনাই অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কয় যে গংগা এখন সম্পূৰ্ণ অসমীয়া বাস্তৱ জীৱনৰ আবেগৰ ছবি৷ মাক মৰম আৰু মমতাৰ বৈশিষ্ট্যৰে নিৰ্মিত এখন ব্যৱসায়িকভাবে সফল হ’ব লগা ছবি৷ আনহাতে অভিনেতা যোগেশ কাশ্যপে প্ৰস্তুতিৰ সুৰতে সুৰ মিলাই কয় যে অসমীয়া ছবিয়ে আগন্তুক সময়ত গোটেই ভাৰতবৰ্ষত দৰ্শকৰ আদৰ বুটলিব৷ দৰ্শকৰ দাবীত অন্যান্য আঞ্চলিক ভাষাত ডাবিং হ’ব অসমীয়া চিনেমা৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে