পঞ্জাৱৰ জলন্ধৰৰ আদমপুৰৰ খুৰ্দপুৰ গাঁৱৰ পথাৰত পোৱা পাকিস্তানৰ বেলুন উদ্ধাৰ৷ ‘মই পাকিস্তানক ভাল পাওঁ’ লিখা থকা বেলুনটো পাকিস্তানৰ পৰা অহা বুলি সন্দেহ কৰা হৈছে৷ উৎস পৰীক্ষা কৰি আছে ভাৰতৰ সীমান্তৰক্ষী বাহিনীয়ে৷ বিষয়টো অনুসন্ধান কৰি থকা হৈছো৷ প্ৰাথমিক ভাৱে কোনোবা দুষ্ট লোকে এনে কৰিব পাৰে বুলি সন্দেহ কৰা হৈছে৷ পাকিস্তানৰ পৰা উৰা মাৰি আহিব পৰাটো অসম্ভৱ বুলিও অনুমান কৰা হৈছে৷