পাকিস্তানৰ চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ খাৰিজ৷ ৯০ দিনৰ ভিতৰত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন৷ ভোটাদানৰ বাবে অনুষ্ঠিত নেচনেল এচেম্বলীলৈ এনেদৰে আহিল ৰাষ্ট্ৰপতি আৰিফ আলভি৷ ৰাষ্ট্ৰপতি আলভিৰ পৰামৰ্শ আৰু প্ৰধানমন্ত্ৰী ইমৰান খানৰ পৰামৰ্শ অনুসৰি পাক নেচনেল এচেম্বলী ভংগ৷ শাসকীয় দলৰ নেতাজনে নতুনকৈ নিৰ্বাচন আহ্বান কৰিবলৈ পৰামৰ্শ দিয়াৰ কেইমিনিটমান পিছত ভংগ কৰা হয় এচেম্বলী। ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ নাকচ, ৯০ দিনত নতুন নিৰ্বাচনৰ সম্ভাৱনাই দেখা দিছে৷