ভাৰতীয় বায়ু সেনা জোৱানক গ্ৰেপ্তাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পাকিস্তানৰ তদন্তকৰাৰী সংস্থাৰ হৈ কাম কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে৷ দিল্লী আৰক্ষীৰ অপৰাধ শাখাই পাকিস্তানৰ তদন্তকৰাৰী সংস্থাৰ গুপ্তচৰ হোৱাৰ সন্দেহত এজন ভাৰতীয় বায়ু সেনা জোৱানক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তজনৰ নাম দেৱেন্দ্ৰ শৰ্মা বুলি জানিব পৰা গৈছে। পাকৰ চোৰাংচোৱা সংস্থা আইএছআইৰ হাত থকাৰ সন্দেহ৷