ডিজিটেল ডেস্কঃ জাপানৰ প্ৰধানমন্ত্ৰী চিনজৌ আবেয়ে পদত্যাগ কৰিব৷ এই খবৰ জাপানৰ স্থানীয় সংবাদমাধ্যত শুকুৰবাৰে প্ৰকাশ পাইছে৷
দীৰ্ঘকাল স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি থকা জাপানৰ প্ৰধানমন্ত্ৰী চিনজৌ আবেয়ে প্ৰধানমন্ত্ৰী পদ এৰাৰ বাবে চিন্তা কৰিছে বুলি খবৰ প্ৰকাশ পাইছে ৰয়টাৰ্ছতো৷