January 30, 2023, 7:45 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন নকৰিলে ৫০ বছৰৰ পিছত সুৰক্ষিত নাথাকিব ৰাম মন্দিৰ আদানিক চেলেঞ্জঃ তথ্যসহকাৰে নাকচ কৰক হিণ্ডেনবাৰ্গৰ অভিযোগ ‘পাঠান’ অপসংস্কৃতি, অপসংস্কৃতিক প্ৰাধান্য দিয়া সকলে ‘পাঠান’ চাইছেঃ ভৱেশ কলিতা ওড়িশাৰ স্বাস্থ্যমন্ত্ৰীলৈ আৰক্ষীৰ গুলী বাঢ়িয়েই আছেঃ ফেব্ৰুৱাৰীৰ পৰা আকৌ বাঢ়িব বিদ্যুৎ মাচুল ৩৭ খন পতাকা উত্তোলনেৰে আৰম্ভ হ’ল সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ ৰাজ্যিক অধিবেশন কটন বিশ্ববিদ্যালয়ত ড০ সূৰ্য কুমাৰ ভূঞাৰ জন্মদিৱস উদযাপন

নৱাব মালিকক গ্ৰেপ্তাৰ, কাইলৈ মুম্বাইৰ গান্ধী স্মাৰকত মহাৰাষ্ট্ৰৰ সকলো মন্ত্ৰীয়ে কৰিব প্ৰতিবাদ

Reporter Name
  • Update Time : Wednesday, February 23, 2022
  • 83 Time View

মহাৰাষ্ট্ৰৰ মহাবিকাশ আঘাড়ী চৰকাৰৰ মন্ত্ৰীসকলে কাইলৈ মুম্বাইত প্ৰতিবাদ সাব্যস্ত কৰিব৷ এনচিপি নেতা, মন্ত্ৰী নৱাব মালিকক প্ৰৱৰ্তন সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব৷ কাইলৈ মহাত্মা গান্ধী স্মাৰকত প্ৰৱৰ্তন সঞ্চালকালয় আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ প্ৰদৰ্শন কৰাৰ ঘোষণা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে৷ অনিল দেশমুখৰ পিছতে মহাৰাষ্ট্ৰৰ আন এগৰাকী মন্ত্ৰী নৱাব মালিকক আজি ইডিয়ে গ্ৰেপ্তাৰ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ সংস্থাই আণ্ডাৰৱৰ্ল্ড ডনেৰে নৱাব মালিকৰ ধনৰ লেন-দেন কৰাৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ কৰে৷ পুৱাই মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকক নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ দিনটোত সোধা-পোছাৰ অন্তত ন্যায়ালয়ত হাজিৰ কৰাত ন্যায়ালয়ে ১৪ দিনৰ ইডিৰ জিম্মাত প্ৰদান কৰে৷ আণ্ডাৰৱৰ্ল্ড ডন ডাউদৰে ধনৰ লেনদেনৰ গোচৰত গ্ৰেপ্তাৰৰ পিছতে নৱাব মালিক ক’লে, মই ভয় নকৰোঁ, মই যুঁজিম৷ মহাৰাষ্ট্ৰৰ মন্ত্ৰী আৰু এনচিপি নেতা নৱাব মালিকক আজি মুম্বাইৰ বিশেষ পিএমএলএ আদালতত হাজিৰ কৰোৱা হয়৷ দাউদ ইব্ৰাহিমৰে ধন ৰপ্তানিৰ গোচৰত প্ৰৱৰ্তন সঞ্চালকালয়ে এনচিপি নেতা আৰু মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকক গ্ৰেপ্তাৰ কৰিছে৷ ইতিমধ্যে এনচিপি নেতা শাৰদ পাৱাৰে দলীয় নেতাৰে বিশেষ বৈঠক অনুষ্ঠিত কৰি বিষয়টোক লৈ আলোচনা কৰে৷ ইপিনে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু এনচিপি নেতা শাৰদ পাৱাৰে এই বিষয়ত বাৰ্তালাপ কৰে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে