March 29, 2023, 10:53 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

নুমলীগড়ত বনৰীয়া হাতী-নাহৰফুটুকী-বান্দৰৰ উপদ্ৰৱ, বন বিভাগ আছে শুই

Reporter Name
  • Update Time : Saturday, June 27, 2020
  • 79 Time View

নুমলীগড়ঃ নুমলীগড়ত বনৰীয়া হাতীৰ সন্ত্ৰাস অব্যাহত আছে৷ বান আৰু ক’ৰোনাৰ আতংকৰ মাজতে এতিয়া বনৰীয়া হাতীৰ জাকৰ সন্ত্ৰাস আৰম্ভ হোৱাত ৰাইজ শংকিত হৈ পৰিছে৷ ইয়াৰ মাজতে নুমলীগড় চাহ বাগিচাৰ বৰমহৰী পথাৰৰ বিএমপি লাইনত বনৰীয়া হাতীয়ে তাণ্ডৱ অব্যাহত ৰাখিছে। চাহ বাগিচাত কৰ্মৰত মহিলা শ্ৰমিকক আক্ৰমণৰ বাবে উদ্যত হৈ খেদি অহাত অতংকৰ সৃষ্টি কৰিছে। ফলত কাম এৰি পলায়ন কৰিব লগা হৈছে চাহ শ্ৰমিক।

খাদ্যৰ সন্ধানত জংঘল এৰি জন অৰণ্যলৈ পোৱালী সহ ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে বাগানত পাত ছিঙিবলৈ যোৱা মহিলা শ্ৰমিকক আক্ৰমণ কৰে৷ ফলত হুৱা-দুৱা লাগে। প্ৰাণৰ মমতা পলায়ন কৰে শ্ৰমিকসকল। দিন দুপৰতে বাগানৰ লাইনটো প্ৰৱেশ কৰে বন্যহস্তীৰ জাকে। ইফালে একে সময়তে সমগ্ৰ নুমলীগড়তে বান্দৰৰ জাকে চলাইছে উপদ্ৰৱ। সমান্তৰালকৈ নাহৰফুটুকী বাঘেও বহু ঠাইত ঘৰৰ হাঁহ, কুকুৰা, ছাগলী ভক্ষণ কৰি আহিছে। ইমানৰ পিছতো চকু মুদা কুলিৰ ভাও ধৰিছে বন বিভাগে

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে