March 28, 2023, 1:58 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ৮ বছৰ পিছতো মুকলি নহ’ল কন্দলী নিবু কালিৰ ক্ষুদ্ৰ প্ৰথমিক স্বাস্থ্য কেন্দ্ৰ

Reporter Name
  • Update Time : Wednesday, August 26, 2020
  • 124 Time View

কামপুৰঃ তিনিটা কাৰ্য্যকালত স্বাস্থ্য মন্ত্ৰী হৈ থকা আৰু বৰ্তমানৰ চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আঠ বছৰেও মুকলি কৰিব নোৱাৰিলে এখন স্বাস্থ্য কেন্দ্ৰৰ। উল্লেখযোগ্য যে, ২০১২ চনতেই নিমাৰ্ণ সম্পূৰ্ণ হৈছিল নগাঁও জিলাৰ কন্দলী স্বাস্থ্য কেন্দ্ৰৰ। কিন্তু আজিও আনুষ্ঠানিকভাৱে মুকলি নহ’ল সেই স্বাস্থ্য কেন্দ্ৰটো।

জানিব পৰা মতে, কিছুদিন আগতে স্বাস্থ্য কেন্দ্ৰটোত এগৰাকী চিকিৎসক নিযুক্তি দিয়া হৈছিল যদিও কোভিড ৰোগীৰ চিকিৎসাৰ বাবে গুৱাহাটী লৈ যোৱা হয়। চিকিৎসালয়খন বন্ধ হৈ যোৱাৰ ফলত স্থানীয় ৰাইজে চিকিৎসা সেৱাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাত ভোগাৰ লগতে চিকিৎসালয়ৰ চৌহদত হাবি জংঘলৰে ভৰি পৰিছে।

ইফালে বছৰ বছৰ ধৰি পৰিত্যক্ত হৈ থকাৰ ফলত ঠাইতে পঁচিবলৈ আৰম্ভ কৰিছে স্বাস্থ্য কেন্দ্ৰটোৰ সা-সামগ্ৰী। তাৎপৰ্যপূৰ্ণভাবে কিছুদিন আগতে চিকিৎসালয় খনৰ কিছু যন্ত্ৰ পাতি অন্য চিকিৎসায়লৈ স্থানান্তৰিত কৰা হৈছে বুলিও জানিব পৰা গৈছে। স্থানীয় ৰাইজে বঢ়মপুৰ সমষ্টিৰ অতি ভিতৰুৱা অঞ্চলত থকা স্বাস্থ্য কেন্দ্ৰখনত চিকিৎসক নিয়োগ কৰি অঞ্চলৰটোৰ স্বাস্থ্যখণ্ডৰ উন্নয়ন সম্ভৱ কৰাৰ দাবী জনাইছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে