উত্তৰাখণ্ডত পুনৰ বিজেপিৰ চৰকাৰ
নিউজ-২৪-চাণক্যৰ এগজিট পোল
বিজেপিয়ে ৪২ খন আসন লাভ কৰাৰ অনুমান
কংগ্ৰেছে ২৪ খন আসন লাভ কৰাৰ অনুমান
অন্যান্যসকলে ৩ খন আসন লাভ কৰাৰ অনুমান
উত্তৰাখণ্ডত মুঠ আসনৰ সংখ্যা ৭০ খন