March 25, 2023, 9:48 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

নাজিৰাত ভূমিনীতি বাতিল-মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ

Reporter Name
  • Update Time : Friday, July 3, 2020
  • 96 Time View

নাজিৰাঃ নতুন ভূমিনীতি বাতিল, পেট্ৰল-ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে উজনি অসমৰ শিৱসাগৰ জিলাৰ নাজিৰাত বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ কথা কৈ শাসনলৈ অহা বিজেপি চৰকাৰে অসমীয়া জাতিক নিজৰ ঘৰতে ভগনীয়া কৰিব খোজাৰ অভিযোগ উত্থাপন কৰি নাজিৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰেট্টলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰে।

খিলঞ্জীয়া বিৰোধী ভূমি নীতিৰ কেবিনেট সিদ্ধান্ত বাতিল, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীত আছুৰ নেতা-কৰ্মী নাজিৰাৰ ৰাজপথলৈ ওলাই আহি বিজেপি চৰকাৰ হায়ঃ হায়ঃ, নৰেন্দ্ৰ মোদী-সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, খিলঞ্জীয়া বিৰোধী ভূমি নীতিৰ সিদ্ধান্ত বাতিল কৰক, নিত্য ব্যৱহায্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্ল’গানেৰে নাজিৰাৰ আকাশ-বতাহ কঁপাই তোলে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে