নলবাৰী ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভৱাবহ পথ দুৰ্ঘটনা।
থিতাতে নিহত প্ৰবীন হালৈ নামৰ ৫০ উৰ্ধৰ এগৰাকী ব্যক্তি।
নিহত প্ৰবীন হালৈৰ ঘৰ নলবাৰী খাট-কটৰাত বুলি জানিব পৰা গৈছে।
চাইকেলত শাক পাচলি বিক্রি কৰি জীৱন নিৰ্বাহ কৰিছিল প্ৰবীন হালৈয়ে
প্ৰবীন হালৈয়ে ঘৰৰ পৰা ব্যৱসায়ৰ বাবে ওলাই আহিছিল
৩১নং ঘাইপথত AS-01-DN-2557 নম্বৰৰ বাহনৰ খুন্দাত হৈ মৃত্যুক আঁকোৱালি লয়
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ নলবাৰী কৈৰাৰাত সংঘটিত হয় পথ দুৰ্ঘটনা