July 2, 2022, 1:28 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দেৱৰাজ ৰয় কলেজত “অসমীয়া গদ্যৰ গতিপথ” শীৰ্ষক মনোজ্ঞ বক্তৃতা অনুষ্ঠান কমতাপুৰ অটোনমাচ কাউঞ্চিলৰ সচিবালয় ভৱনৰ আনুষ্ঠানিক ভাবে মুকলি কমনৱেলথ গেমছত খেলাৰ যোগ্যতা অৰ্জন শিৱসাগৰৰ জীয়ৰী পপী হাজৰিকাই গোৱালপাৰাত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ বিশেষ শিশু আৰক্ষী গোটৰ শুভ উদ্বোধন প্ৰথম খোজতে উন্নত ফলাফল পৰমাইভেটি জাতীয় বিদ্যালয়ৰ স্বামী স্ত্ৰীৰ চিপ লৈ আত্মহত্যা বিশিষ্ট সমাজকৰ্মী প্ৰতাপ বৰদলৈৰ পৰলোক নগাঁওত বন্যাৰ্তক বান সাহায্য বিতৰণ কানহায়ালাল হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব NIAক প্ৰদান কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন

নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত পৰিবেশ দিৱস উদযাপন

Reporter Name
  • Update Time : Sunday, June 5, 2022
  • 52 Time View

জয়ন্ত মুদৈ, বেবেজীয়াঃ সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানৰ প্ৰতি সন্মান জনাই আজি নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগতো নগাঁও বঢ়মপুৰস্থিত অন্ধ বিদ্যালয়ত পৰিবেশ দিৱস উদযাপন কৰা হয়। এই মৰ্মে, বিদ্যালয়খনৰ ৭৫ গৰাকী ছাত্র-ছাত্ৰীক লঘূ আহাৰ বিতৰন কৰাৰ বিপৰীতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ৰাভা সংগীত, বিহু গীত আৰু কবিতা আবৃত্তি পৰিবেশনেৰে বিদ্যালয় চৌহদ মুখৰিত কৰি তোলে । ইফালে, পৰিবেশ সজাগতাৰ লক্ষ্যৰে বিদ্যালয়ৰ চৌহদত এক বৃক্ষৰূপন কাৰ্যসূচী ৰূপায়ন কৰা হয় । উক্ত কাৰ্যসূচীত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান তথা নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক শ্যামন্ত দাস, জিলা সভাপতি মিন্টু শৰ্মা, সহকাৰী সম্পাদক যজ্ঞেশ্বৰ ৰাজখোৱা, সাংগঠনিক সম্পাদক দিলীপ বৰা, বঢ়মপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক বিমল বৰা, সহকাৰী সম্পাদক দ্বয় ভূপেন শইকীয়া আৰু অজিত বসুমতাৰী, উপ সভাপতি দিবাকৰ বৰা, অঞ্জু কুমাৰ হাজৰিকা, ভূপেন শৰ্মা, কমল চন্দ্ৰ হাজৰিকা, উপদেষ্টা ৰাতুল কুমাৰ ভূঞাঁ, যোগব্ৰত হাজৰিকা, সাংগঠনিক সম্পাদক দিপুল বৰা, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গুন বৰাৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলো উপস্থিত থাকে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে