গোলাঘাট জিলাৰ বৰপথাৰত অঘটন
এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ ধনশিৰি নৈত জাঁপ
ছাত্ৰী গৰাকীৰ নাম বিনীতা কুমাৰ
বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল বিনীতা
বিদ্যালয়ৰ পৰা ঘৰলৈ ঘূৰি নগল বিনীতা
আত্মহত্যাৰ টোকা লিখি বৰপথাৰৰ ধনশিৰি নৈত জাপ ছাত্ৰীগৰাকীৰ
SDRF বাহিনীক খবৰ বৰপথাৰ আৰক্ষীৰ