দ্য কাশ্মীৰ ফাইলছৰ নিৰ্মাতা, প্ৰযোজক, অভিনেতাই আজি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক সাক্ষাৎ কৰে৷ কাশ্মীৰি পণ্ডিতৰ পলায়নৰ বিষয়ত অতি কষ্টৰে বোলছবি নিৰ্মাণ কৰাত ধন্যবাদ জনাই মুখ্যমন্ত্ৰী যোগীয়ে৷ চৰ্চিত বোল ছবিখনৰ ইতিমধ্যে কৰ মুক্তি কৰিছে উত্তৰ প্ৰদেশৰ চৰকাৰে৷ উত্তৰ প্ৰদেশৰ চৰকাৰে কৰ মুক্ত কৰাত ধন্যবাদ জ্ঞাপন কৰে নিৰ্মাতা তথা অভিনেতাসকলে৷ ১০০ কোটিতকৈ অধিক উপাৰ্জন কৰা বোলছবিখনে৷