March 15, 2023, 3:32 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

দ্বিতীয় দিনৰ বাবে EDৰ জেৰাৰ সন্মুখীন ছোনিয়া গান্ধী

Reporter Name
  • Update Time : Tuesday, July 26, 2022
  • 54 Time View

ডিজিটেল ডেস্কঃ আজি পুনৰ দ্বিতীয় দিনৰ বাবে EDৰ মুখামুখি হৈছে ছোনিয়া গান্ধী৷ ৭০ বছৰীয়া অসুস্থ ছোনিয়া গান্ধীৰ লগত ৰাহুল আৰু প্ৰিয়ংকাও আছে৷ কংগ্ৰেছ দলৰ মুখ্য নেত্ৰী ছোনিয়া গান্ধী নেছনেল হেৰল্ড নামৰ বাতৰি কাকত খনৰ যোগেদি গঠন হোৱা কোম্পানীৰ দ্বাৰা পুঁজিৰ লেনদেন অনিয়ম হোৱাৰ অভিযোগ ছোনিয়া গান্ধীৰ বিৰুদ্ধে৷ ইয়াৰ পূৰ্বেই ৰাহুল গান্ধীও একেটা গোচৰত মুখামুখি হ’ব লগা হৈছিল EDৰ৷ দ্বিতীয় লানি প্ৰশ্নৰ বাবে মঙলবাৰে জেৰা কৰিব EDয়ে৷ ইফালে কংগ্ৰেছ দলে ছোনিয়া গান্ধীৰ বিৰুদ্ধে বিজেপি দলে EDক হাথিয়াৰ হিচাবে ব্যৱহাৰ কৰাৰ অভিযোগ কৰিছে৷ কংগ্ৰেছৰ সাংসদ কে চি বেনুগোপালে ক’য় যে, “কংগ্ৰেছ নেত্ৰী গৰাকীক বদনাম কৰিবৰ বাবেই এই অপচেষ্টা চলোৱা হৈছে আৰু কংগ্ৰেছে শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিছে”৷

 

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে