ডিজিটেল ডেস্কঃ দ্বিতীয়খন এদিনীয়া মেচত জয়লাভ কৰিলে ভাৰতে৷ ৱেষ্ট ইণ্ডিজক পৰাস্ত ভাৰতৰ৷ ২ উইকেটত ৱেষ্ট ইণ্ডিজক পৰাস্ত৷ অক্ষৰ পেটেলৰ আকৰ্ষণীয় ইনিংছৰ সহায়ত ভাৰতে সহজে জয়লাভ কৰে৷ এদিনীয়া আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ শৃংখলাত ২-০ অগ্ৰগতি ভাৰতৰ৷