ডিজিটেল ডেস্কঃ দেশৰ ৰাষ্ট্ৰপতিৰূপে শপত ল’লে দ্ৰৌপদী মুৰ্মূৱে। দ্ৰৌপদী মুৰ্মূ হৈছে ৰাষ্ট্ৰপতি আসন অলংকৃত কৰা দেশৰ প্ৰথমগৰাকী আদিবাসী মহিলা৷ লগতে মহিলা হিচাপে ৰাষ্ট্ৰপতিৰ পদত অধিস্থিত হোৱা মুৰ্মূ হৈছে দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি৷ শপত বাক্য পাঠ কৰিলে SCৰ মুখ্য নায়াধীশ এন ভি ৰামানাই৷ সংসদৰ চেন্টেল হলত অনুস্থিত হৈছে ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুস্থান৷ আজি অন্ত পৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ কাৰ্যকাল৷