ডিজিটেল ডেস্কঃ আজি দিল্লীত বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী সন্মিলন অনুস্থিত হ’ব। দেওবাৰে অনুস্থিত হ’ব লগীয়া
বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী সন্মিলনখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপস্থি থাকিব। সন্মিলনখনিৰ উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইতিমধ্যেই দিল্লীত উপস্থিত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।