March 24, 2023, 5:01 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন

Reporter Name
  • Update Time : Saturday, February 18, 2023
  • 10 Time View
ডিজিটেল ডেস্কঃ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চমন জাৰি কৰিছে চিবিআইয়ে৷ দিল্লীৰ নতুন সুৰা নীতিৰ কেলেংকাৰীৰ সন্দৰ্ভত সোধপোচৰ বাবে চিবিআইৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে মনীষ ছিছোদিয়াক৷ 
চিবিআইৰ চমনৰ পিছতে মন্ত্ৰী ছিছোদিয়াই টুইটযোগে কয়, “চিবিআইয়ে কাইলৈ পুনৰ মাতিছে। চিবিআই, ইডিয়ে সকলো শক্তি মোৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে। ঘৰত তালাচী অভিযান, বেংকৰ লকাৰত তালাচী চলোৱাৰ পিছতো মোৰ বিৰুদ্ধে কোনো তথ্য লাভ নকৰিলে৷ মই দিল্লীৰ শিক্ষাৰ্থীৰ বাবে ভাল শিক্ষাৰ ব্যৱস্থা কৰিছো। তেওঁলোকে এইক্ষেত্ৰত বাধা দিব বিচাৰিছে। মই সদায় তদন্তত সহযোগিতা কৰি আহিছো আৰু কৰি যাম।”
উল্লেখ্য যে চলিত বৰ্ষৰ ১১ ফেব্ৰুৱাৰীত দিল্লী আবকাৰী নীতি কেলেংকাৰী গোচৰত ইডিয়ে মাগুন্তা ৰাঘৱ ৰেড্ডীক গ্ৰেপ্তাৰ কৰে। মাগুন্তা ৰাঘৱ ৰেড্ডীক ৱাইএছআৰ কংগ্ৰেছ পাৰ্টিৰ সাংসদ মাগুন্তা শ্ৰীনিবাসলু ৰেড্ডীৰ পুত্ৰ বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰ কৰা অভিযুক্ত ৰাঘৱ বালাজী গ্ৰুপ নামৰ এটা কোম্পানীৰ গৰাকী আৰু ৱাইএছআৰ কংগ্ৰেছ পাৰ্টিৰ সাংসদৰ পুত্ৰ। যোৱা এসপ্তাহৰ ভিতৰত এই গোচৰত তিনিজনক গ্ৰেপ্তাৰ কৰিছে। 

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে