March 30, 2023, 5:51 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

দামবৃদ্ধিৰ বিৰুদ্ধে ৰাজীৱ ভৱনত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

Reporter Name
  • Update Time : Wednesday, June 24, 2020
  • 141 Time View

গুৱাহাটীঃ অত্যাৱশ্যাকীয় সামগ্ৰীৰ লগতে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ প্ৰতিবাদত আজি প্ৰদেশ কংগ্ৰেছে ৰাজীৱ ভৱনত অৱস্থান ধৰ্মঘট পালন কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীয়ে ৰাজীৱ ভৱনত আজি পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধৰ্ণা দিয়াও পৰিলক্ষিত হয়।

প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয় যে চৰকাৰখনে সাধাৰণ মানুহৰ দুখৰ বোজা পাতল কৰাৰ পৰিৱৰ্তে নতুনকৈ দাম বৃদ্ধিৰ দৰে সিদ্ধান্তৰে ৰাম টাঙোনহে শোধাইছে। সকলো বস্তুৰে দাম বৃদ্ধি কৰি চৰকাৰে মানুহ বিপদত পৰাৰ সময়ত সহায়ৰ পৰিৱৰ্তে পেটত গামোচা বান্ধিবলগীয়া হোৱা পৰ্যায়লৈ লৈ গৈছে।

গগৈয়ে কয়, ‘ৰাজ্যৰ য’তে-ততে টোলগেট স্থাপন কৰা হৈছে। ৰাস্তা-পদূলি সম্পূৰ্ণ নোহোৱাকৈ অতিৰিক্তভাৱে মানুহৰ পৰা কৰ সংগ্ৰহ কৰি চৰকাৰে নিজৰ জনবিৰোধী চৰিত্ৰ উদঙাই দিছে।’

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাকে প্ৰমুখ্য কৰি কেবাজনো জ্যেষ্ঠ নেতা উপস্থিত থকা প্ৰতিবাদী সভাখনত বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, চীনৰ পৰা ভাৰতক ৰক্ষা কৰক আদি ধ্বনি দিয়াৰ লগতে ৰাইজক বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই পেট্ৰ’ল-ডিজেলৰ দামবৃদ্ধিৰ দৰে চৰকাৰী সিদ্ধান্তক হঠকাৰী কাৰ্য বুলিও অভিহিত কৰে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে