দিল্লী অভিমুখে যাবৰ বাবে বিমানবন্দৰলৈ যাওঁতে বিমানবন্দৰত ধৰা পৰে বৃহৎ সংখ্যক টকা।
দুটা কাৰ্টনত উদ্ধাৰ বৃহৎ সংখ্যক টকা।
কিমান আছে বৰ্তমান হিচাপ কৰা নাই যদিও আনুমানিক ৮৫ লাখ টকা থকাৰ সন্দেহ কৰা হৈছে।
মহম্মদ জালালউদ্দীন তালুকদাৰ, সঞ্জয় কুমাৰ স্বাৰ্মী, সাজন সিং, ৰাম অৱতাৰ স্বাৰ্মী নামৰ লোক কেইজনে অৰুণাচলৰ পৰা খুনচাৰ পৰা নতুন দিল্লী অভিমুখে ইন্দি’গ বিমানেৰে যোৱাৰ বাবে আহোতেই দুটা কাৰ্টনত অনা অৱস্থাত ধৰা পৰে।
বিজয় শংকৰ আগৰৱাল নামৰ এজন লোকে দিছিল টকা খিনি।