February 9, 2023, 2:02 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস উত্তৰাখণ্ডত ভাইৰেল ফিভাৰত আক্ৰান্ত ৪২ জনকৈ স্কুলীয়া শিক্ষাৰ্থী দেওলীয়া আদানিৰ হাতত এতিয়া কি কি আছে? ৰাষ্ট্ৰীয় মহিলা কাবাদী খেলুৱৈৰ প্ৰশিক্ষক বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ ভুৱা এনকাউণ্টাৰ কৰি মূল্য ভৰিলে পুলিচে বন বিভাগৰ গাফিলতিৰ বাবেই বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি গঁড়ৰ মৃত্যু

জন্মু-কাশ্মীৰত গ্ৰেনেড বিস্ফোৰণত নিহত সেনাৰ কেপ্টেইন আৰু কনিষ্ঠ বিষয়া

Reporter Name
  • Update Time : Monday, July 18, 2022
  • 35 Time View

ডিজিটেল ডেস্কঃ জন্মু-কাশ্মীৰত গ্ৰেনেড বিস্ফোৰণত সেনা কেপ্টেইন আৰু কনিষ্ঠ বিষয়া নিহত হৈছে৷ সেনা সকলৰ মন্তব্য অনুসৰি দেওবাৰে নিশা পুঞ্চৰ মেন্ধাৰ চেক্টৰত ঘটনাটো সংঘটিত হোৱাৰ সময়ত সেনা জোৱানসকল কৰ্তব্যৰত আছিল৷ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ (LOC) কাষত সংঘটিত দুৰ্ঘটনাজনিত গ্ৰেনেড বিস্ফোৰণত এজন সেনা কেপ্টেইন আৰু এজন কনিষ্ঠ কমিছন বিষয়া (JCO) নিহত হয় বুলি সোমবাৰে বিষয়াসকলে জানিবলৈ দিছে।

PRO প্ৰতিৰক্ষা বিভাগৰ লেফটেনেণ্ট কৰ্ণেল দেৱেন্দ্ৰ আনন্দে কয় যে, দেওবাৰে নিশা ভাৰতীয় সেনাৰ সৈন্যই মেন্ধাৰ চেক্টৰত তেওঁলোকৰ দায়িত্ব পালন কৰি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়। ইয়াৰ ফলত কেপ্টেইন আনন্দ আৰু JCO নাইব চুবেদাৰ ভগৱান সিং আঘাতপ্ৰাপ্ত হৈছিল। যদিও তেওঁলোকক তৎক্ষণাৎ হেলিকপ্টাৰেৰে উধমপুৰৰ কমাণ্ড হস্পিটেললৈ স্থানান্তৰ কৰা হৈছিল, চিকিৎসাৰ সময়ত তেওঁলোক আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে৷

কেপ্টেইন আনন্দ বিহাৰৰ ভাগলপুৰ জিলাৰ চম্পা নগৰ অঞ্চলৰ আৰু উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰ জিলাৰ পোখৰ ভিট্টা গাঁৱৰ নায়েব চুবেদাৰ ভগৱান সিঙৰ আছিল।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে