March 28, 2023, 10:47 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

জনজাতিকৰণৰ দাবীত যন্তৰ-মন্তৰত টাইপাৰ প্ৰতিবাদ, নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি পূৰণৰ দাবী

Reporter Name
  • Update Time : Tuesday, March 15, 2022
  • 98 Time View

আজি তাই-আহোম জনগোষ্ঠীৰ বৃহৎ সংখ্যক লোকে দেশৰ ৰাজধানী দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰে৷ জনজাতিকৰণৰ দাবীত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। তিনিঘণ্টীয়া প্ৰতিবাদ সাব্যস্ত কৰে৷ পৰম্পৰাগত বস্ত্ৰ পৰিধান কৰি কমেও দুই শতাধিক লোকে প্ৰতিবাদ জনাই৷ বিভিন্ন শ্ল’গানেৰে চৰকাৰৰ বিৰোধ কৰি শীঘ্ৰে জনজাতিকৰণ কৰাৰ দাবী জনাই৷ যন্তৰ মন্তৰত তাই-আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে। জনজাতিকৰণৰ দাবীত পুনৰ নিৰৱচ্ছিন্ন আন্দোলন কৰিবলৈ সাজু হৈছে তাই-আহোম জনগোষ্ঠী৷ তাই-আহোম জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান, তাই আহোম স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবীত তাই-আহোম যুৱ পৰিষদ চমুকৈ টাইপাই দিল্লীৰ যন্তৰ-মন্তৰত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰায় ডেৰ শতাধিক টাইপাৰ কৰ্মীৰ ইতিমধ্যে ৰেলযোগে দিল্লীত উপস্থিত হয়৷ জনগোষ্ঠীয় সংগঠনটোৱে প্ৰায় তিনিটা দশক ধৰি আন্দোলন কৰি আহিছে যদিও বিভিন্ন ৰাজনৈতিক দলে প্ৰতিশ্ৰুতি প্ৰদান কৰি প্ৰতিশ্ৰুতি পালন কৰা নাই৷ ২০১৪, ২০১৯ৰ লোকসভা নিৰ্বাচন ২০১৬, ২০২১ৰ বিধানসভা নিৰ্বাচনত শাসকীয় দল বিজেপিয়ে তাই-আহোমসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও প্ৰতিশ্ৰুতি পালন কৰা নাই৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে