February 9, 2023, 1:22 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস উত্তৰাখণ্ডত ভাইৰেল ফিভাৰত আক্ৰান্ত ৪২ জনকৈ স্কুলীয়া শিক্ষাৰ্থী দেওলীয়া আদানিৰ হাতত এতিয়া কি কি আছে? ৰাষ্ট্ৰীয় মহিলা কাবাদী খেলুৱৈৰ প্ৰশিক্ষক বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ ভুৱা এনকাউণ্টাৰ কৰি মূল্য ভৰিলে পুলিচে বন বিভাগৰ গাফিলতিৰ বাবেই বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি গঁড়ৰ মৃত্যু

চৰকাৰৰ গোপন তথ্য চীনক অৰ্পণ, গ্ৰেপ্তাৰ হ’ল সাংবাদিক…

Reporter Name
  • Update Time : Saturday, September 19, 2020
  • 114 Time View

নতুন দিল্লীঃ দেশৰ গোপন তথ্য চীনা চোৰাংচোৱাক যোগান ধৰাৰ অভিযোগত দিল্লী আৰক্ষীৰ বিশেষ শাখাই ৰাজীৱ শৰ্মা নামৰ এজন ফ্ৰীলান্স সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ লগতে আৰক্ষীয়ে কিং চী নামৰ এগৰাকী চীনা মহিলা আৰু ছেৰ সিং নামৰ এজন নেপালী নাগৰিককো গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে সদৰী কৰা মতে, ৰাজীৱ শৰ্মাই ভাৰতৰ গোপন তথ্য ধনৰ বিনিময়ত চীনা চোৰাংচোৱাক যোগান ধৰি আহিছিল আৰু এই কাৰ্যত ছেল কোম্পানীৰ জৰিয়তে চীনা আৰু নেপালী নাগৰিক দুজনে ৰাজীৱ শৰ্মাক সহায় কৰি আহিছিল।

জানিব পৰা মতে, দিল্লী আৰক্ষীৰ বিশেষ শাখাই ৰাজীৱ শৰ্মাক পিতামপুৰৰ বাসগৃহৰ পৰা ‘অফিচিয়েল চিক্ৰেট এক্ট’ৰ অধীনত গ্ৰেপ্তাৰ কৰে। ৰাজীৱ শৰ্মাৰ বাসগৃহত চৰকাৰৰ বহু গোপন তথ্যৰ ফাইল উদ্ধাৰ হোৱা বুলিও আৰক্ষীয়ে দাবী কৰিছে।

উল্লেখ্য যে, ৰাজীৱ শৰ্মাই ইউনাইটেড নিউজ অৱ ইণ্ডিয়া, দ্য ট্ৰিবিউন, ফ্ৰী প্ৰেছ জাৰ্ণাল, সকাল আদিৰ দৰে কেইবাখনো ৰাষ্ট্ৰীয় বাতৰি কাকতৰ বাবে কাম কৰিছিল।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে