May 25, 2022, 12:29 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি গোৱৰ্ধনা আৰক্ষী থানা এলেকাত অঘটনঃ মেচিনত সোমাই ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু শ্ৰীনগৰত আৰক্ষী জোৱান মালিক চাহিব সৌৰা আনচাৰক গুলীয়াই হত্যা, ৭ বছৰীয়া কন্যা আহত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ কামপুৰত পুনৰ বানত উটি গৈ শিশুৰ মৃত্যু তামিলনাডুত বিজেপি নেতাক গুলীয়াই হত্যা মৃত্যু আহে সংগোপনে, মঙলবাৰৰ পুৱাৰ দৌৰেই হৈ পৰিল শেষবাৰৰ দৌৰ… কোকৰাঝাৰত পুনৰাই নাৱালিকাক ধৰ্ষণঃ তিনি পাষণ্ড আফুৰউদ্দিন, মুস্তাফা, ছামেজউদ্দিন গ্ৰেপ্তাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মন ৰেকিবুদ্দিন আহমেদ, বসন্ত দাসৰ বিৰোধী একত্ৰিত হ’লে দখল কৰিব পাৰিব ৰাষ্ট্ৰপতিৰ আসনঃ নাড্ডাৰ ঘৰত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী-সমাজসেৱক থানেশ্বৰ বৰাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

চাংসাৰিত লোহা-ছিঙা ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ উৰণীয়া সেঁতুত ব্যৱহৃত ৰদ

Reporter Name
  • Update Time : Saturday, April 23, 2022
  • 37 Time View

শুকুৰবাৰে নিশা চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত লক্ষ্মীনগৰত আৰক্ষীয়ে অভিযান চলাই এজন ভঙা-ছিঙা লোহাৰ ব্যৱসায়ীৰ ঘৰৰ চৌহদত বৃহৎ পৰিমাণৰ ৰদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ভঙা ছিঙা লোহাৰ ব্যৱসায়ী দিলোৱাৰ হুছেইনে বিগত কিছুদিন ধৰি সন্দেহজনক ভাবে ঘৰৰ চৌহদৰ ভিতৰত বৃহৎ সংখ্যক লোৰ ৰদ জমা কৰিছিল। দিলোৱাৰে ৰদসমূহ ক’লা পলিথিনৰ আৱৰণ দি ৰাখিছিল। লোৰ ৰদ প্ৰকৃততে উৰণীয়া সেঁতু, অথবা গধুৰ দলং নিৰ্মাণত ব্যৱহাৰ কৰা হয়। ফলত একাংশ লোকৰ স্বাভাবিকতে সন্দেহৰ সৃষ্টি হয়। বিষয় সন্দৰ্ভত কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদে অৱগত ৰদ সম্পৰ্কে সোধ-পোছ কৰে দিলোৱাৰ হুছেইনক৷ দিলোৱাৰ হুছেইনৰ ঘৰৰ চৌহদত ৰখা বৃহৎ ৰদসমূহ ক্ৰয় কৰাৰ কোনো পৰ্যাপ্ত নথি পত্ৰ প্ৰদান কৰিব নোৱাৰাত নিশাই চাংসাৰি আৰক্ষীয়ে দিলোৱাৰ হুছেইনক আটক কৰি নিশা ৰদসমূহ জব্দ কৰে। ৰদসমূহ আনি এখন বাৰ চকীয়া ট্ৰাকেৰে আৰক্ষী থানালৈ অনা হয়৷ ভঙা ছিঙা লোহাৰ বেপাৰ কৰা দিলোৱাৰে বৃহৎ সংখ্যক লোৰ ৰদ কৰ পৰা সংগ্ৰহ কৰিলে তাকে লৈ চৰ্চা হৈছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে