March 28, 2023, 1:20 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

চাংসাৰিত লেব টেকনিচিয়ানৰ দেহত ধৰা পৰিল ক’ৰোনা পজিটিভ

Reporter Name
  • Update Time : Friday, June 12, 2020
  • 133 Time View

চাংসাৰিঃ কামৰূপ জিলাত তীব্ৰ গতিত বাঢ়িব লৈছে ক’ৰোনা সংক্ৰমিত লোক। আজি কামৰূপৰ চাংসাৰিত ধৰা পৰিল প্ৰথমটো কৰ’ণা পজিটিভ। জি এম চি এইছৰ লেব টেকনিচিয়ান বিচিত্ৰ নাথৰ গাত ধৰা পৰিল ক’ৰোনা পজিটিভ । খবৰ অনুসৰি শৰীৰৰ সামান্য অসুস্থতা অনুভৱ কৰাত আজি তিনিদিন পূৰ্বে বিচিত্ৰ নাথৰ স্বাব পৰীক্ষা কৰা হৈছিল।

তিনি দিন পিছত আজি নাথৰ দেহত ক’ৰোনা পজিটিভ ধৰা পৰাৰ পিছত স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ বিষয়া কৰ্মচাৰী আহি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত লৈ যায় আৰু কভিড আক্ৰান্ত ৰোগীৰ অঞ্চলটো চিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে । কামৰূপ জিলা উপায়ুক্তৰ উপস্থিতত অঞ্চলটো ছীল কৰাৰ লগতে চৌহদত থকা পিতৃ মাতৃকে ধৰি ১৪ জনক হোম কোৱাৰানটাইন কৰা হয়। এই আতাইৰে আজি SWAB টেষ্ট কৰা হব।

উল্লেখ্য যে বৃহত্তৰ চাংসাৰি অঞ্চলত এইটো প্ৰথম পজিটিভ পোৱা ঘটনা। স্বাস্থ্যকৰ্মী বিচিত্ৰ নাথৰ দেহত কভিড-১৯ ধৰা পৰাৰ পিছত এতিয়া সমগ্ৰ চাংসাৰিত আতংকৰ সৃষ্টি হৈছে। খবৰ অনুসৰি কভিড আক্ৰান্ত বিচিত্ৰ নাথে স্বাব পৰীক্ষা কৰাৰ পিছত যোৱাকালি নিজ শহুৰেকৰ ঘৰ কলমনিলৈ গৈ নিজৰ পত্নী আৰু একমাত্ৰ পুত্ৰ সন্তানক চাংসাৰিলৈ লৈ আহিছিল। যাৰবাবে কলমনিটো ইয়াক লৈ শংকা বিয়পিছে বুলি জানিব পৰা গৈছে। বৃহত্তৰ চাংসাৰিত প্ৰথমতো ক’ৰোনা আক্ৰান্ত ধৰা পৰাৰ পিছত অঞ্চলবাসী সচেতন ৰাইজে প্ৰত্যেকৰে কভিড পৰীক্ষা কৰিবলৈ স্বাস্থ্য বিভাগ আৰু প্ৰশাসনক আহ্বান জনাইছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে