August 8, 2022, 8:56 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি মুকালমুৱাৰ কালাৰচৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহত ব্যাপক অনিয়ম ধেমাজিত ১২ লক্ষাধিক টকাৰ ড্ৰাগছ নিষ্কাশন দৰঙৰ এক লাখ চল্লিশ হাজাৰ পৰিয়ালৰ গৃহত স্বাধীনতা দিৱস পালনৰ ব্যৱস্থা মঙলদৈত ষ্টুডেণ্ট কেডেট কৰ্প’ছ(এছ চি চি)ৰ দৰং জিলা সমিতি গঠন বিশ্বনাথৰ পানীভৰালত বিশ্বনাথ জিলা আৰক্ষীৰ উদ্যোগত নিষিদ্ধ গাঞ্জা দাহ কাৰ্যসূচী বহিঃৰাজ্যত অসমৰ জীয়ৰীৰ ৰহস্যজনক মৃত্যু। ঘৰলৈ আনিবলৈ সক্ষম হোৱা নাই মৃতদেহ SC আৰু STক অপমান কৰিলে গ্ৰেপ্তাৰ হ’ব আপুনি মন্ত্ৰী পদৰ পৰা অপসাৰণ পাৰ্থ চেটাৰ্জীক মন্ত্ৰী পদৰ পৰা অপসাৰণ পাৰ্থ চেটাৰ্জীক পুনৰ মন্ত্ৰী পাৰ্থ চট্টোপাধ্যায়ৰ ঘনিষ্ঠৰ ফ্লেটত ২৭ কোটি ৯০ লাখ টকা উদ্ধাৰ

ঘোষণা হ’ল বহু প্ৰতীক্ষাৰ অন্তত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, বিজ্ঞান শাখাৰ ১০ টা স্থানত ২০ গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে

Reporter Name
  • Update Time : Monday, June 27, 2022
  • 15 Time View

ডিজিটেল ডেস্কঃ ঘোষণা হ’ল বহু প্ৰতীক্ষাৰ অন্তত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। কলা, বিজ্ঞান আৰু বাণিজ্য এই আটাইকেইটা শাখাটেই বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষ ১০ টা স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
বিজ্ঞান শাখাৰ ১০ টা স্থানত ২০ গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে। বিজ্ঞান শাখাত শীৰ্ষ ১০ টা স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ নামসমূহ ক্ৰমে-

বিজ্ঞান শাখাত শীৰ্ষ ১০ টা স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ নামসমূহ ক্ৰমে-

প্ৰথম স্থান ৪৯১ নম্বৰেৰে লাভ কৰিছে

ধৃতিৰাজ বাস্তৱ কলিতা, দেওমৰণৈ এইচ এছ স্কুল, দৰং

দ্বিতীয় স্থান ৪৮৮ নম্বৰেৰে লাভ কৰিছে

অলংকৃতা গৌতম বৰুৱা, চল্টু ব্ৰুক একাডেমি, ডিব্ৰুগড়

তৃতীয় স্থান ৪৮৬ নম্বৰেৰে লাভ কৰিছে

সুৰজিত সূত্ৰধাৰ, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

চতুৰ্থ স্থান ৪৮২ নম্বৰেৰে লাভ কৰিছে দুগৰাকী পৰিক্ষাৰ্থীয়ে

ৰিত্তিক কুমাৰ সূত, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও আৰু
আলদ্ৰিন নাথ, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

পঞ্চম স্থান ৪৮১ নম্বেৰেৰে লাভ কৰিছে দুগৰাকী পৰিক্ষাৰ্থীয়ে

আইমন ছোৱাইব, চল্ট ব্ৰুক একাডেমি, ডিব্ৰুগড়,

ৰুহন শইকীয়া, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

ষষ্ঠ স্থান ৪৭৮ নম্বৰেৰে লাভ কৰিছে

অভিলাষ দত্ত, ড০ ৰাধাকৃষ্ণণ স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স, ডিব্ৰুগড়

সপ্তম স্থান ৪৭৭ নম্বৰেৰে লাভ কৰিছে দুজন ছাত্ৰই

দেৱব্ৰত কলিতা, দমদমা হায়াৰ ছেকেণ্ডাৰী স্কুল, কামৰুপ আৰু

বৈভৱ সোণোৱাল, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

অষ্টম স্থান লাভ কৰিছে ৪৭৬ নম্বৰেৰে
গৌৰাংগ ভূঞা, প্ৰজ্ঞা একাডেমি, যোৰহাট

নৱম স্থান ৪৭৫ নম্বৰেৰে লাভ কৰিছে ৪ গৰাকীয়ে

শপ্তকৃষি কলিতা, কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, বৰপেটা,

দেবাশিষ শৰ্মা, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও,

বিক্ৰম নাথ, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

প্ৰীতম সৰকাৰ, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

দশম স্থান ৪৭৪ নম্বৰেৰে লাভ কৰিছে ৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে

সুপ্ৰজীত সাহা, ভৱানীপুৰ এইচ এছ স্কুল, বৰপেটা

অন্তৰিক্ষা মজুমদাৰ, ড০ ৰাধাকৃষ্ণণ স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স, ডিব্ৰুগড়

দেৱজ্ঞান বৰদলৈ, প্ৰজ্ঞা একাডেমি,

কিষাণ হাৰলালকা, প্ৰজ্ঞা একাডেমি,

বেদান্ত শৰ্মা, কনট ইউনিভাৰ্চিটি, কামৰূপ

বিজ্ঞান শাখাত সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল ৩৩,৫৩৪ গৰাকী। ইয়াৰে ৩০,৯১৫ গৰাকী পৰীক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে