ডিজিটেল ডেস্কঃ ঘোষণা হ’ল বহু প্ৰতীক্ষাৰ অন্তত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। কলা, বিজ্ঞান আৰু বাণিজ্য এই আটাইকেইটা শাখাটেই বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষ ১০ টা স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
বিজ্ঞান শাখাৰ ১০ টা স্থানত ২০ গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে। বিজ্ঞান শাখাত শীৰ্ষ ১০ টা স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ নামসমূহ ক্ৰমে-
বিজ্ঞান শাখাত শীৰ্ষ ১০ টা স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ নামসমূহ ক্ৰমে-
প্ৰথম স্থান ৪৯১ নম্বৰেৰে লাভ কৰিছে
ধৃতিৰাজ বাস্তৱ কলিতা, দেওমৰণৈ এইচ এছ স্কুল, দৰং
দ্বিতীয় স্থান ৪৮৮ নম্বৰেৰে লাভ কৰিছে
অলংকৃতা গৌতম বৰুৱা, চল্টু ব্ৰুক একাডেমি, ডিব্ৰুগড়
তৃতীয় স্থান ৪৮৬ নম্বৰেৰে লাভ কৰিছে
সুৰজিত সূত্ৰধাৰ, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
চতুৰ্থ স্থান ৪৮২ নম্বৰেৰে লাভ কৰিছে দুগৰাকী পৰিক্ষাৰ্থীয়ে
ৰিত্তিক কুমাৰ সূত, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও আৰু
আলদ্ৰিন নাথ, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
পঞ্চম স্থান ৪৮১ নম্বেৰেৰে লাভ কৰিছে দুগৰাকী পৰিক্ষাৰ্থীয়ে
আইমন ছোৱাইব, চল্ট ব্ৰুক একাডেমি, ডিব্ৰুগড়,
ৰুহন শইকীয়া, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
ষষ্ঠ স্থান ৪৭৮ নম্বৰেৰে লাভ কৰিছে
অভিলাষ দত্ত, ড০ ৰাধাকৃষ্ণণ স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স, ডিব্ৰুগড়
সপ্তম স্থান ৪৭৭ নম্বৰেৰে লাভ কৰিছে দুজন ছাত্ৰই
দেৱব্ৰত কলিতা, দমদমা হায়াৰ ছেকেণ্ডাৰী স্কুল, কামৰুপ আৰু
বৈভৱ সোণোৱাল, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
অষ্টম স্থান লাভ কৰিছে ৪৭৬ নম্বৰেৰে
গৌৰাংগ ভূঞা, প্ৰজ্ঞা একাডেমি, যোৰহাট
নৱম স্থান ৪৭৫ নম্বৰেৰে লাভ কৰিছে ৪ গৰাকীয়ে
শপ্তকৃষি কলিতা, কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, বৰপেটা,
দেবাশিষ শৰ্মা, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও,
বিক্ৰম নাথ, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
প্ৰীতম সৰকাৰ, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
দশম স্থান ৪৭৪ নম্বৰেৰে লাভ কৰিছে ৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে
সুপ্ৰজীত সাহা, ভৱানীপুৰ এইচ এছ স্কুল, বৰপেটা
অন্তৰিক্ষা মজুমদাৰ, ড০ ৰাধাকৃষ্ণণ স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স, ডিব্ৰুগড়
দেৱজ্ঞান বৰদলৈ, প্ৰজ্ঞা একাডেমি,
কিষাণ হাৰলালকা, প্ৰজ্ঞা একাডেমি,
বেদান্ত শৰ্মা, কনট ইউনিভাৰ্চিটি, কামৰূপ
বিজ্ঞান শাখাত সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল ৩৩,৫৩৪ গৰাকী। ইয়াৰে ৩০,৯১৫ গৰাকী পৰীক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে।