July 2, 2022, 12:47 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি কমতাপুৰ অটোনমাচ কাউঞ্চিলৰ সচিবালয় ভৱনৰ আনুষ্ঠানিক ভাবে মুকলি কমনৱেলথ গেমছত খেলাৰ যোগ্যতা অৰ্জন শিৱসাগৰৰ জীয়ৰী পপী হাজৰিকাই গোৱালপাৰাত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ বিশেষ শিশু আৰক্ষী গোটৰ শুভ উদ্বোধন প্ৰথম খোজতে উন্নত ফলাফল পৰমাইভেটি জাতীয় বিদ্যালয়ৰ স্বামী স্ত্ৰীৰ চিপ লৈ আত্মহত্যা বিশিষ্ট সমাজকৰ্মী প্ৰতাপ বৰদলৈৰ পৰলোক নগাঁওত বন্যাৰ্তক বান সাহায্য বিতৰণ কানহায়ালাল হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব NIAক প্ৰদান কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন ঘোষণা হ’ল বহু প্ৰতীক্ষাৰ অন্তত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, বিজ্ঞান শাখাৰ ১০ টা স্থানত ২০ গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে

ঘগ্ৰাপাৰ হাইস্কুলৰ গুণোৎসৱত শিক্ষকৰ ৰূপত সাংসদ দিলীপ শইকীয়া

Reporter Name
  • Update Time : Thursday, June 2, 2022
  • 42 Time View

পংকজ কুমাৰ লহকৰ, নলবাৰীঃ শিক্ষানুষ্ঠানসমূহত চলি থকা গুণোৎসৱৰ সময়তে আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ ৮৭০গৰাকী ছাত্র-ছাত্ৰী থকা ঐতিহ্যমণ্ডিত ঘগ্ৰাপাৰ হাইস্কুলত অনুষ্ঠিত গুণোৎসৱত সাংসদ দিলীপ শইকীয়া উপস্থিত থাকে৷ বিদ্যালয়খনৰ বিভিন্ন দিশ পৰিদৰ্শন কৰাৰ লগতে সাংসদগৰাকীক শিক্ষকৰ ৰূপত দেখা যায়। ৰাজ‍্যৰ শিক্ষানুষ্ঠানসমূহৰ মানদণ্ড নিৰ্ধাৰণৰ বাবে চৰকাৰে হাতত লোৱা গুণোৎসৱত সাংসদগৰাকীয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষক নাখুৰাম তালুকদাৰ লগতে অভিভাৱকৰ সৈতে বৈঠকত মিলিত হয়। সাংসদগৰাকীয়ে শিক্ষানুষ্ঠানৰ অভাৱ-অভিয়োগৰ বুজ লোৱাৰ লগতে কিছু আন্তঃগাঁঠনি দুৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। সাংসদগৰাকীয়ে বিদ্যালয়খনৰ শৈক্ষিক দিশ উন্নয়নত গুৰুত্ব দিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। সাংসদগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ লগত মধ্যহ্নভোজন গ্ৰহণ কৰে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে