February 3, 2023, 9:52 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি নগাঁৱৰ কুজিদাঁহত ক্ৰিকেট কৰ্মশালাৰ আয়োজন বৰ্ষাপাৰাত এ আৰ ৰহমানৰ সৈতে গীত গালে অসমৰ জীয়ৰী অন্তৰা নন্দীয়ে কি আছে নীলমণি ফুকনৰ গোপন পত্ৰত? আজিৰে পৰা গুৱাহাটীত আৰম্ভ G20 ৰ বৈঠক প্ৰেমত হাবুডুবো খোৱা উৰ্বশ্ৰীৰ প্ৰেম হৈ ৰ’ল আধৰুৱা… বিতৰ্কই লগ এৰা নাই সাহিত্য সভাৰ, কাৰ্যসূচীত বিনা অনুমতিত সন্নিবিষ্ট কৰিলে সাহিত্যিক ৰীতা চৌধুৰীৰ নাম নিম্ন মধ্যবিত্তক আকৰ্ষণ কৰিবলৈ কৰৰ বোজা কিছু হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে নিৰ্মলা সীতাৰমণে APDCLৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহ’বঃ আপ টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা মুখ্যমন্ত্ৰীয়ে নাই বুলি কোৱাৰ পাছতো বিজেপিৰ বিধায়ক ৰমাকান্তৰ মতে বাঘ হাজৰিকা আছিল

গোৱালপাৰাত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ বিশেষ শিশু আৰক্ষী গোটৰ শুভ উদ্বোধন

Reporter Name
  • Update Time : Thursday, June 30, 2022
  • 31 Time View

গোৱালপাৰাঃ অসম আৰক্ষীৰ শিশুমিত্ৰ আঁচনিৰ অধীনত আৰক্ষীসকলৰ বাবে শক্তিশালী বিশেষ শিশু আৰক্ষী গোটৰ শুভ উদ্বোধনৰ বাবে উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান মহন্ত।।
গোৱালপাৰাৰ নটসূৰ্য ফণী শৰ্মা ভৱনত আয়োজিত এক অনুষ্ঠানত অসম আৰক্ষীৰ বাবে প্ৰতিখন থানাৰ বাবে শক্তিশালী বিশেষ শিশু আৰক্ষী গোটৰ প্ৰতিকীৰূপত শুভ উদ্বোধন কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।।

বন্তি প্ৰজ্বলনৰ অন্তত প্ৰতীকিৰূপত ডিজিপি ভাস্কৰজ্যোতি মহন্তই শক্তিশালী বিশেষ শিশু আৰক্ষী গোটৰ শুভ উদ্বোধনৰ পাছতে দিয়া ভাষণত শিশু নিৰ্যাতনৰ ঘটনা ৰাষ্ট্ৰীয় পৰ্যায়ৰ তালিকাখনত অসমৰ স্থান সন্তোষজনক নহয় বুলি উল্লেখ কৰে। এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বৰ ভাল পোৱা নাই বুলিও উল্লেখ কৰে। গতিকে অসম আৰক্ষীৰ এই শক্তিশালী বিশেষ শিশু আৰক্ষী গোটৰ জৰিয়তে প্ৰতিখন থানাই অহা ডিচেম্বৰ মাহৰ ভিতৰত বিশ শতাংশ শিশু নিৰ্যাতনৰ গোচৰ নিষ্পত্তি কৰিব লাগিব বুলি নিৰ্দেশনা দিয়ে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে