গোলাঘাটঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে কৰ’না আক্ৰান্তৰ সংখ্যা৷ ইয়াৰ মাজতে গোলাঘাট জিলাত প্রথমবাৰৰ বাবে এটা অঞ্চল কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিবলৈ যোজা চলোৱাৰ খবৰ পোৱা গৈছে।
কনটেইনমেণ্ট জ’ন হিচাপে পৰিগণতি এই অঞ্চলটো হৈছে এৰেঙাপাৰা৷ এই এৰেঙাপাৰাৰ কুমাৰপট্টিৰ শিৱ মন্দিৰৰ সমীপৰ অঞ্চলটো আজি প্ৰশাসনে কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিব বুলি জানিব পৰা গৈছে৷