গোৱাত আজি পুৱাৰে ৪০ টা সমষ্টিৰ ভোট গণনা আৰম্ভ হৈছে৷ পুৱা বেলট পেপাৰত অনুষ্ঠিত হোৱা ভোট গণনাত কংগ্ৰেছ আৰু বিজেপিৰ মাজত কঠিন প্ৰতিদ্বন্দ্বিতা হোৱা দেখা গৈছে৷ ৪০টা সমষ্টিৰ ভিতৰত কংগ্ৰেছ আৰু বিজেপিয়ে সমানে সমানে আগবাঢ়িছে৷ ১৭ খন আসনত বিজেপি আৰু ১৭ খন আসনত কংগ্ৰেছ আগবাঢ়ি আছে৷