March 23, 2023, 7:41 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

গোলাঘাটৰ উপায়ুক্ত-চক্ৰ বিষয়া-বাৰ এছোচিয়েছন-স্কুল পৰিদৰ্শকৰ কাৰ্যালয় কণ্টেইনমেন জ’ন ঘোষণা

Reporter Name
  • Update Time : Saturday, July 4, 2020
  • 218 Time View

গোলাঘাটঃ গোলাঘাট জিলাৰ সদৰত হাহাকাৰ লাগিছে৷ হাহাকাৰ লগাইছে ক’ৰোনা ভাইৰাছে৷ ইজনৰ পিছত সিজন চৰকাৰী কৰ্মচাৰীৰ দেহত ভাইৰাছ সংক্ৰমণ হোৱাত প্ৰশাসনে সকলো কাৰ্যালয় বন্ধ কৰিবলৈ বাধ্য হৈছে৷

ইতিমধ্যে লাইফ লাইন চিকিৎসালয়ৰ পৰিচালক জয়ন্ত সিনহাৰ সংস্পৰ্শলৈ অহা ১৯গৰাকী লোক কোৱিড-১৯ আক্ৰান্ত হোৱাৰ পিছতে হাহাকাৰ পৰিস্থিতি গোলাঘাট সদৰত। ১৯গৰাকী লোক পজিটিভ হোৱাৰ পিছতে গোলাঘাট উপায়ুক্ত কাৰ্যালয়, চক্ৰ বিষয়া কাৰ্যালয়, বাৰ এ’ছচিয়েছন, স্কুল উপ-পৰিদৰ্শকৰ কাৰ্যালয় সৈতে উপায়ুক্ত কাৰ্যালয় সমীপৰ ৫০ মিটাৰ অঞ্চল কণ্টেইনমেন্ট জ’ন ঘোষণা গোলাঘাট কৰিছে জিলা প্ৰশাসনে।

আক্ৰান্ত ২০জনৰ ভিতৰত গোলাঘাট বাৰ এছচিয়েছনৰ অধিবক্তা, উপায়ুক্তৰ কাৰ্যালয় সমীপৰ বাসিন্দা হোৱাৰ ফলত কাৰ্যালয়সমুহ কন্টেইনমেন্ট জ’ন ঘোষণা কৰে প্ৰশাসনে।

গোলাঘাট উপায়ুক্ত কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধিক কৰ্মচাৰী সংস্পৰ্শলৈ অহাৰ সন্দেহ প্ৰশাসনৰ। পৰৱৰ্তী প্ৰশাসন নিৰ্দেশ নিদিয়া পৰ্যন্ত কাৰ্যালয় কন্টেইনমেন্ট জ’ন হৈ থাকিব। গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ নজৰৎ, ডিডিএমএ, মেজিষ্ট্ৰেচী শাখা খোলা থাকিব।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে