গুৱাহাটী আৰক্ষীয়ে এক অভিযান চলাই চুৰি লেপ-টপসহ দুই চোৰক ধৰিবলৈ সক্ষম হৈছে৷ বশিষ্ঠ আৰক্ষীয়ে যোৰাবাটত অভিযান চলাই চোৰক ধৰাৰ লগতে লেপ-টপ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ২৪ ঘণ্টাতকৈও কম সময়ৰ ভিতৰত চুৰি লেপটপ উদ্ধাৰ কৰে গুৱাহাটী আৰক্ষীয়ে। নগাঁও আৰু গোলাঘাটৰ ৰাজু আলীৰ (৩৭), বাবুল আলী (৩৫) গ্ৰেপ্তাৰ৷ চুৰি লেপটপটো উদ্ধাৰ কৰা হৈছে।