নিউজ ডেস্কঃ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ(IMD)ৰ পূৰ্বানুমান অনুসৰি আজি ২০ জানুৱাৰীত গুৱাহাটীৰ তাপমাত্ৰা ৮.৯ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পাব। উল্লেখ্য যে এই বছৰ চহৰখনত দেখা পোৱা এয়া আটাইতকৈ কম তাপমাত্ৰা৷
১৯ জানুৱাৰীত গুৱাহাটীৰ তাপমাত্ৰা ৯ ডিগ্ৰী চেলছিয়াছলৈ নামি আহিছিল, যিটো গড় হিচাপতকৈ ২ ডিগ্ৰী কম আছিল।