March 31, 2023, 9:34 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু ডিএমকৰ বিধায়ক জে আনবাজগানৰ

Reporter Name
  • Update Time : Wednesday, June 10, 2020
  • 165 Time View

ডিজিটেল ডেস্কঃ ক’ৰোনাত আক্ৰান্ত হৈ এগৰাকী বিধায়কৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে৷ বিধায়গৰাকী হৈছে দক্ষিণ ভাৰতৰ ৰাজ্য তামিলনাডুৰ৷ বুধবাৰে পুৱা এখন ব্যক্তিগত খণ্ডৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে ডিএমকেৰ বিধায়ক জে আনবাজগানে৷

জানিব পৰা মতে, বিগত ২ জনত বিধায়গৰাকীয়ে শ্বাস-নিশ্বাস লোৱাত কষ্ট অনুভৱ কৰাত পৰিয়ালৰ লোকে হস্পিতালত ভৰ্তি কৰে৷ হস্পিতালত ভৰ্তি কৰাৰ পিছত বিধায়কগৰাকীৰ ক’ৰোনা পৰীক্ষা কৰাত ক’ৰোনা পজিটিভ পোৱা যায়৷

ব্যক্তিগত খণ্ডৰ হস্পিতাল ডা০ ৰেলা ইনষ্টটিউট এণ্ড মেডিকেল চেণ্টাৰত চিকিৎধীন অৱস্থাতে জে আনবাজগানৰ মৃত্যু হয়৷ হস্পিতালৰ মতে, বিধায়গৰাকীৰ কোৱিড-১৯ৰ বাবে নিমোনিয়াত আক্ৰান্ত হয়৷ ফলত অত্যাধিক অসুস্থ হৈ পৰে৷ চিকিৎসকসকলে বিধায়কগৰাকীক সুস্থ কৰি তুলিবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰিছিল যদিও বুধবাৰে পুৱা মৃত্যুক আকোৱালি লয়৷ ডিএমকে প্ৰধান এম কে ষ্টেলিনে বিধায়গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে