জামুগুৰিহাটঃ জামুগুৰিহাটৰ ক’ৰোনা আক্ৰান্ত হৈ প্ৰথম জন ৰোগীৰ মৃত্যু হৈছে৷ হিৰণ্য ভূঞা নামৰ ৰোগীজনৰৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷
তেজপুৰ মেডিকেল কলেজত বৃহস্পতিবাৰে নিশা মৃত্যু হয় ভূঞাৰ৷ হিৰণ্য ভূঞা পেচাত ব্যৱসায়ী আছিল৷ হিৰণ্য ভূঞাৰ ঘৰ জামুগুৰিহাটৰ মাধৱগাঁৱত। তেওঁ ক’ৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷