March 27, 2023, 12:59 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কৰ’না যোদ্ধাক ভাবুকি প্ৰদান কৰা যুৱকক গ্ৰেপ্তাৰ

Reporter Name
  • Update Time : Monday, June 8, 2020
  • 148 Time View

আশা কৰ্মীৰ এজাহাৰৰ ভিত্তিত ৰাকেশ গুপ্তাক গ্ৰেপ্তাৰ আৰক্ষী

ৰাজৈ ১০ নং আৰু ৮ নং ৱাডৰ এগৰাকী আশাকৰ্মীক ৰাকেশ গুপ্তা নামৰ লোকজনে ঘৰৰ পৰা উঠাই নিয়া ভাবুকি প্ৰদানৰ পিছত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। প্ৰাপ্ত তথ্য মতে, ৰাজেশ গুপ্তা নামৰ লোকজনে নগাঁৱৰ এজন লোকক কোৱাৰেইণ্টাইন কেম্পৰ পৰা ৰাজৈত থকা নিজা ঘৰলৈ আনিছিল। সেই সময়ত আশাকর্মী নিকু হাজৰিকা আৰু স্থানীয় ৱাৰ্ড সদস্য কমিটীৰ বিষয়ববীয়াসকল গুপ্তাৰ ঘৰত উপস্থিত হয়। ইয়াৰ পিছত আশাকর্মীগৰাকীক নানা অশ্লীল বাক্য প্ৰয়োগ কৰি খেদি পঠায়। ইমানতো ক্ষান্ত নাথাকি আশাকর্মীগৰাকী ঘৰত গুপ্তা উপস্থিত হৈ গাড়ীত উঠাই নিয়াৰ ভাবুকি প্ৰদান কৰে। এই ঘটনা সংক্ৰান্তত আশা কর্মী নিকু হাজৰিকাই লাহদৈগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল৷ আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু (333/2020 IPC 294/506) কৰিছিল৷ আজি যুৱকজনক পুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ যি সময়ত চিকিৎসা কর্মীসকলে দিনে নিশাই কৰ’না ৰোগীৰ লগত দায়িত্ব পালন কৰিছে তেনে সময়ত এনেদৰে চিকিৎসা কর্মী দু-ব্যৱহাৰ পোৱাত যোৰহাট জিলা আশাকৰ্মী সন্থাই লাহদৈগড় আৰক্ষী চকীত শতাধিক আশাকৰ্মী উপস্থিত হৈ পৃথকে এজাহাৰ দাখিল কৰে আৰু দোষীক উচিত তদন্ত কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে