March 26, 2023, 7:30 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কৰ’না কালৰ মাজতে এন এইছ এমৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে সু-খবৰ!

Reporter Name
  • Update Time : Monday, September 7, 2020
  • 185 Time View

গুৱাহাটীঃ কৰ’না কালৰ মাজতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ২২ সহস্ৰাধিক ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে সু-খবৰ। বাকী কৰ্মচাৰীসকলৰ দৰে এইসকল কৰ্মচাৰীৰ চাকৰিও সুৰক্ষিত হ’ব ৬০ বছৰলৈ।

এই সন্দৰ্ভত ইতিমধ্যে প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ হৈছে। কৰ’নাৰ বিৰুদ্ধে যুঁজত মুখ্য ভূমিকা পালন কৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলৰ মনত থকা অনিশ্চয়তা দূৰ কৰিবলৈকে এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে।

যোৱা ২৭ আগষ্টত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উপ-সচিব সৌৰভ সেনাপতিয়ে এন এইচ এমৰ মিছন সঞ্চালকাললৈ বিষয়টো সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰি ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰিৰ ম্যাদ বৃদ্ধি, ই এল, চি এল, মাতৃত্বকালীন ছুটী, গ্ৰেচুইটি আদিৰ সুবিধা প্ৰদানৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।

জানিব পৰা মতে, মিছন সঞ্চালকৰ কাৰ্যালয়ত যোৱা ৪ ছেপ্তেম্বৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰী সন্থাৰ বিষয়ববীয়াসকলে সঞ্চালকৰ সৈতে এই দাবীসমূহ পূৰণৰ বাবে এখন আলোচনাতো মিলিত হৈছিল। উক্ত আলোচনাকালত বিভাগৰ উপ-সচিবে প্ৰেৰণ কৰা প্ৰস্তাৱৰ সন্দৰ্ভত বিশদ ভাবে আলোচনা কৰা হয়।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে