March 25, 2023, 4:36 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কৰ’না কালত ডিজিটেলি বিশ্ব যোগ দিৱস পালন, ‘প্ৰাণায়ম’ক গুৰুত্ব দিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

Reporter Name
  • Update Time : Sunday, June 21, 2020
  • 144 Time View

নতুন দিল্লীঃ ‘প্ৰাণায়ামৰ জৰিয়তে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা আমি বৃদ্ধি কৰিব পাৰো।’-দেশত কৰ’নাক্ৰান্তৰ সংখ্যাই ৪ লাখৰ ঘৰ স্পৰ্শ কৰাৰ সময়তে বিশ্ব যোগ দিৱস উপলক্ষে আজি এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কৰ’না কালত প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াক ডেইলী ৰুটিনৰ অন্তৰ্ভুক্ত কৰিবলৈকো বিশ্ববাসীক আহ্বান জনায়।

‘যোগাভ্যাসৰ জৰিয়তে বিশ্বৰ বহুসংখ্যক কৰ’না ৰোগীয়ে উপকৃত হৈছে। যোগাভ্যাসে কঠিন সময়তো আমাক শক্তিশালী হৈ থাকিবলৈ সাহস দিয়ে। যোগাভ্যাসে আমাৰ শৰীৰ আৰু মনকো শক্তিশালী কৰি তোলে।’-আন্তৰ্জাতিক যোগ দিৱসক লৈ এইদৰে কয় মোদীয়ে।

উল্লেখ্য যে, ২০১৫ চনৰ ২১ জুনত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক যোগ দিৱসৰ আয়োজন কৰা হৈছিল। এইবাৰ মহামাৰী কৰ’না তথা সূৰ্যগ্ৰহণৰ পৰিপ্ৰেক্ষিতত সমূহীয়া যোগ দিৱস আয়োজনৰ পৰিৱৰ্তে ডিজিটেলি আয়োজন কৰা দেখা গৈছে। মহামাৰী কৰ’নালৈ চাই এইবাৰৰ যোগ দিৱসৰ থিমো হৈছে, ‘ঘৰতে পৰিয়ালৰ সৈতে যোগাভ্যাস’।

এই থিম অনুযায়ী চলিত বৰ্ষৰ যোগ দিৱসত সকলোৱে ঘৰতে যোগ কৰা দেখা গৈছে। যোগৰ অন্তত উক্ত ভিডিঅ’ ভিন্নজনে ছ’চিয়েল মিডিয়াত আপলোড কৰিছে। অসমতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা আৰম্ভ কৰি সৰ্বসাধাৰণলৈকে অধিকাংশ লোকেই আজি পুৱাৰ ভাগত ঘৰতে ডিজিটেলি এই যোগ দিৱসত ভাগ লয়

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে