মঙলদৈঃ যোৰহাটৰ সাংসদ তপন গগৈৰ পিছত এইবাৰ ক’ভিড-১৯ত আক্ৰান্ত হৈছে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া। মঙলদৈৰ সাংসদগৰাকী বিগত কিছুদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল। পিছত কৰ’না টেষ্ট কৰাত পজিটিভ ধৰা পৰে। বৰ্তমান জি এম চি এইছত চিকিৎসাধীন হৈ আছে সাংসদগৰাকী।