ডিজিটেল ডেস্কঃ আজি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগণনা। আজিয়েই নিৰ্ধাৰণ হ’ব কোন হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি। দেশৰ ১৬ সংখ্যক ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে NDAৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূ আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহাই।
১৮ জুলাইত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগণনা বৃহস্পতিবাৰে দিনৰ ১১ বজাত সংসদ ভৱনৰ চৌহদত আৰম্ভ হ’ব।