কোকৰাঝাৰঃ ৪৫ নং দেবৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটদান সাব্যস্ত কৰিলে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে৷ সপত্নীকে ভোটদান কেন্দ্ৰত উপস্থিত হৈ বিপিএফ প্ৰধান গৰাকীয়ে চৰকাৰ পুনৰ বিপিএফেই কৰিব বুলি প্ৰকাশ কৰাৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে৷