March 28, 2023, 5:44 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কোকৰাঝাৰত প্ৰফুল্ল কুমাৰ মহন্ত, অখিলক আৱদ্ধ কৰিলেই ন্যায্য দাবী নাইকীয়া হৈ নাযায়

Reporter Name
  • Update Time : Wednesday, July 15, 2020
  • 105 Time View

কোকৰাঝাৰঃ অগপ নেতা তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বুধবাৰে কোকৰাঝাৰত উপস্থিত হৈ দলীয় কৰ্মকৰ্তাৰ সতে বৈঠকত মিলিত হয়। গোৱালপাৰা, ধুবুৰী জিলা পৰিভ্ৰমণৰ অন্তত কোকৰাঝাৰত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই সংবাদমাধ্যমৰ আগত অখিল গগৈক আৱদ্ধ কৰি ৰাখিলেই ন্যায্য দাবীসমূহ নাইকীয়া হৈ নাযায় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে। কাৰ বিৰোধিতা কৰি চৰকাৰে বাংলাদেশৰ পৰা মানুহ আনিব বিচৰা কাৰ্যৰো বিৰোধিতা কৰিছে প্ৰফুল্ল মহন্তই।

তদুপৰি বানপানীৰ ফলত খেতিপথাৰ বিনষ্ট হোৱা আৰু ক’ৰোনা ভাইৰাছক লৈ বিপদৰ সন্মুখীন হোৱা জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে চৰকাৰে লোৱা উদ্যোগ পৰ্যাপ্ত নহয় বুলি অভিযোগ উত্থাপন কৰি জনসাধাৰণৰ সমস্যা সমাধানৰ্থে চৰকাৰক যথোপযুক্ত পদক্ষেপ লবলৈ আহ্বান জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। ইপিনে সংক্ৰমিত ভাইৰাছ ক’ৰোনাৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু সামাজিক দূৰত্ব পালন কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে