গুৱাহাটীঃ ৰাজ্যত বুধবাৰৰ দিনটোত ক’ৰোনাত সংক্ৰমিত পুনৰ ১৭গৰাকী লোকৰ মৃত্যু হৈছে৷ স্বাস্থ্য বিভাগৰ পৰা লাভ কৰা তথ্য মতে, বুধবাৰৰ দিনটোত ৰাজ্যৰ ১৭গৰাকী লোক ক’ৰোনাত সংক্ৰমিত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লৈছে৷
লখিমপুৰ জিলাৰ নয়ন পেগু (৫২)
লখিমপুৰ জিলাৰ হেমচন্দ্ৰ বৰুৱা (৫৪)
লখিমপুৰ জিলাৰ দিলৱাৰ হুছেইন হাজৰিকা (৬২)
ডিব্ৰুগড় জিলাৰ অনিল তামুলী (৬৭)
ডিব্ৰুগড় জিলাৰ ৰুকুনুদ্দিন আহমেদ (৫২)
ডিব্ৰুগড় জিলাৰ সুবুধ চৌধুৰী (৭২)
দৰং জিলাৰ জেহেৰুল ইছলাম (১৫)
মৰিগাঁও জিলাৰ সত্যদেৱ শৰ্মা (৭৮)
নগাঁও জিলাৰ প্ৰেমলাল কোঁৱৰ (৫৫)
যোৰহাট জিলাৰ তুলু চেতীয়া (৮০)
শোণিতপুৰ জিলাৰ চেনীমাই দাস (৮৫)
নগাঁও জিলাৰ ৰবীন বৰা (৫৪)
কোকৰাঝাৰ জিলাৰ অভিজিৎ বিশ্বাস (৩৩)
কৰিমগঞ্জ জিলাৰ বণিপল চৌধুৰী (৮০)
নলবাৰী জিলৰ জণ্টী ডেকা (৬২)
কাছাৰ জিলাৰ সঞ্জয় সুৰ (২৫)
কামৰূপ গ্ৰাম্য জিলাৰ হুছেইন আলী (৬৫)