May 25, 2022, 12:47 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি গোৱৰ্ধনা আৰক্ষী থানা এলেকাত অঘটনঃ মেচিনত সোমাই ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু শ্ৰীনগৰত আৰক্ষী জোৱান মালিক চাহিব সৌৰা আনচাৰক গুলীয়াই হত্যা, ৭ বছৰীয়া কন্যা আহত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ কামপুৰত পুনৰ বানত উটি গৈ শিশুৰ মৃত্যু তামিলনাডুত বিজেপি নেতাক গুলীয়াই হত্যা মৃত্যু আহে সংগোপনে, মঙলবাৰৰ পুৱাৰ দৌৰেই হৈ পৰিল শেষবাৰৰ দৌৰ… কোকৰাঝাৰত পুনৰাই নাৱালিকাক ধৰ্ষণঃ তিনি পাষণ্ড আফুৰউদ্দিন, মুস্তাফা, ছামেজউদ্দিন গ্ৰেপ্তাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মন ৰেকিবুদ্দিন আহমেদ, বসন্ত দাসৰ বিৰোধী একত্ৰিত হ’লে দখল কৰিব পাৰিব ৰাষ্ট্ৰপতিৰ আসনঃ নাড্ডাৰ ঘৰত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী-সমাজসেৱক থানেশ্বৰ বৰাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীক বাঘজানৰ তৈল গেছ নিৰ্গমণ ৰোধৰ আহ্বান সোণোৱালৰ

Reporter Name
  • Update Time : Tuesday, June 2, 2020
  • 95 Time View

গুৱাহাটীঃ উজনিৰ তিনিচুকীয়া জিলাত বিগত কেইবাদিন ধৰি তৈল গেছ নিৰ্গমণ হৈ থকা ঘটনাই সমগ্ৰ অসমত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক আহ্বান জনাইছে৷

মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰি তিনিচুকীয়াৰ বাঘজানৰ অইল ইণ্ডিয়া লিমিটেডৰ খাদৰ তৈল গেছ নিৰ্গমণ বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিশেষজ্ঞ নিয়োগ কৰিবলৈ অনুৰোধ জনায়৷

মুখ্যমন্ত্ৰীয়ে উক্ত এলেকাৰ ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে নিৰ্গমণ শীঘ্ৰে বন্ধ কৰিবলৈ অনুৰোধ জনায়৷ আনহাতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছিংগাপুৰৰ বিশেষজ্ঞক বাঘজানলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰা বুলি জানিব পৰা গৈছে৷ যোৱা ২৭ মে’ৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ খাদৰ পৰা অহৰহ তৈল গেছ নিৰ্গমণ হৈ আছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে